সোধ-পোছসোধকৰ্ত্তা

সোধ-পোছ কৰ্ (Assamese) [ Roman: xo\'dh-po\'s kor]
Contributed by: Rupankar Mahanta on 2007-04-04
1. (Verb-Trans.) Close and formal questioning of a person, esp. those suspected of being involved in a crime কোনো ব্যক্তিক একান্ত আৰু আনুষ্ঠানিকভাৱে প্ৰশ্ন কৰ্, বিশেষকৈ যিসকলক কোনো অপৰাধৰ সৈতে জড়িত বুলি সন্দেহ কৰা হয়।